Advertisement

'Dhing Express' Hima Das wins 5th Gold, hailed by countrymen

'Dhing Express' Hima Das wins 5th Gold, hailed by countrymen এটা পষেকতে পঞ্চমটো স্বৰ্ণপদক অৰ্জন কৰি এতিয়া সমগ্ৰ বিশ্বতে চৰ্চাত অসম এক্সপ্ৰেছ হিমা দাস। ২ জুলাইত পোলেণ্ডৰ পৰা আৰম্ভ কৰা স্বৰ্ণ পদকৰ যাত্ৰা অব্যাহত ৰাখিছে হিমা দাসে। এইবাৰ চেক ৰিপাব্লিকত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে হিমাই। অসম জীয়ৰীৰ এই সাফল্যৰ পিছত এইবাৰ সকলোৰে আশা আগন্তুক ট’কিঅ’ অলিম্পিকতো পদকেৰে উজলিব হিমা দাস।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Hima Das,Dhing Express Hima,Hima Das Sprinter,Hima Das Assam,Hima Tampere,Assam News,Assam,

Post a Comment

0 Comments