Advertisement

দিছপুৰৰ এজন মন্ত্ৰীৰ কাহিনী || Dispur, Assam : 27 percent commission minister

দিছপুৰৰ এজন মন্ত্ৰীৰ কাহিনী || Dispur, Assam : 27 percent commission minister দিছপুৰৰ এজন মন্ত্ৰীৰ কাহিনী। মন্ত্ৰীজনৰ ভয়ত এতিয়া পলাবলগীয়া হৈছে ঠিকাদাৰ। ২৭ শতাংশ পৰ্যন্ত কমিশ্যন বিচাৰে এইজন মন্ত্ৰীয়ে। কমিশ্যন নিদিলে পাবলগীয়া ধনো হেনো মোকোলাই নিদিয়ে মন্ত্ৰীজনে।

minister

Post a Comment

0 Comments