নাৰী নিৰ্যাতনৰ কথা এজনী মহিলাৰ মুখেৰে শুনক | পুৰুষেওঁ যে নিৰ্যাতীত হয় কেতিয়াবা ভাবিছে নে? এজন ল'ৰা বা পুৰুষে নিজৰ জীৱনত কিমান কষ্ট কৰিব লাগে জীৱনৰ প্ৰত্যেকটো খোজতে | Respect MAN as well. Video টো যিমান পাৰে share কৰক যাতে মহিলা বোৰে বুজি পায় পুৰুষৰ কষ্ট. #RespectMan #GirlPower #WomenPower #assam #india #citybus #rashmitanath #moirashmita,

0 Comments